অভি-নীল কাণ্ডঃ বুধবাৰে সম্পন্ন হ’ব শুনানি

অভি-নীল কাণ্ডঃ বুধবাৰে সম্পন্ন হ’ব শুনানি
  • বুধবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হ'ব ডকমকা কাণ্ডৰ শুনানি।
  • শুনানিত হাজিৰ থাকিব লাগিব ৪৭জন অভিযুক্ত।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে ডকমকা কাণ্ডৰ ৭ জন অভিযুক্তৰ।
  • ডকমকা কাণ্ডৰ ভিডিঅ' আপলোড কৰাৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।
  • অভিজিত নাথ আৰু নীলোৎপল দাসক কাৰ্বিআংলঙত হত্যা কৰিছিল একাংশ লোকে।
  • সোপাধৰাৰ সন্দেহত হত্যাৰ বলি হৈছিল যুৱক দুজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in