১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন ৪৫ বছৰীয়া পাষাণৰ…

১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন ৪৫ বছৰীয়া পাষাণৰ…
  • অভয়াপুৰীৰ পালপৰাত যৌন নিৰ্যাতনৰ ঘটনা।
  • হৰেণ দাস নামৰ ৪৫ বছৰীয়া লোকজনৰ কু-কাণ্ড।
  • ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
  • অভিযুক্ত হৰেণ দাসক উত্তম মধ্যম ৰাইজৰ।
  • ৰবিবাৰে নিশা লোকজনক আটক কৰি গছক বান্ধি উত্তম-মাধ্য়ম সোধায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in