অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চিআইএছএফ জোৱানসহ নিহত দুজন…

অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চিআইএছএফ জোৱানসহ নিহত দুজন…
  • অভয়াপুৰীৰ আমতোলাত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।
  • এজন চিআইএছএফ জোৱানসহ নিহত দুজন বাইক আৰোহী।
  • নিয়ন্ত্রণ হেৰুৱাই বাঁহ গছত খুন্দা মাৰে বাইকখনে।
  • নিহত চিআইএছএফ জোৱানজনৰ নাম ৰত্নেশ্বৰ ৰায়।
  • ইফালে, নিহত আনজন লোক মনোজ ৰায়।
  • নিহত দুয়োজন বাইক আৰোহীৰ ঘৰ সোণাখুলীত।
  • দুৰ্ঘটনাগ্রস্ত বাইকখন নম্বৰ এএছ-১৯জি-৫৭৭৫।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in