২৪ মাৰ্চত ৰাজ্যজুৰি অনশন কাৰ্যসূচী আছুৰ…

২৪ মাৰ্চত ৰাজ্যজুৰি অনশন কাৰ্যসূচী আছুৰ…
  • সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধি সভা সমাপ্ত।
  • কেইবাটাও সিদ্ধান্ত ঘোষণা আছু নেতৃত্বৰ।
  • 'কা' বিৰুদ্ধে অব্যাহত থাকিব আছুৰ প্রতিবাদ।
  • ২৪ মাৰ্চত ৰাজ্যৰ প্রতিখন জিলাত অনশন কাৰ্যসূচী আছুৰ।
  • ৩ এপ্রিলত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হ'ব পদযাত্রা আৰম্ভ কৰিব আছুৱে।
  • শেহতীয়া ৰাজনৈতিক প্রেক্ষাপটত আছুৰ ভূমিকা ঘোষণা।
  • আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থানৰ বাবে আছুৱে আহ্বান জনাই ৰাইজক।
  • কংগ্রেছ, বিজেপি, এআইইউডিএফ, অগপৰ বিৰুদ্ধে ৰাইজৰ সৃষ্টি কৰিব সজাগতা।
  • অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অগপই নিজৰ সত্তা হেৰুৱাইছেঃ আছু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in