শেহতীয়া খবৰ

দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ডিব্ৰুগড়ত আছু কৰ্মীৰ পথ অৱৰোধ

600
  • ডিব্ৰুগড়ৰত আছুৰ প্ৰতিবাদ।
  • দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

  • পুৱা ৬ বজাৰ পৰা শতাধিক বিশ্ববিদ্যালয়ৰ আছু গোটৰ কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ।
  • আছুৰ পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি