দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ডিব্ৰুগড়ত আছু কৰ্মীৰ পথ অৱৰোধ

দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ডিব্ৰুগড়ত আছু কৰ্মীৰ পথ অৱৰোধ
  • ডিব্ৰুগড়ৰত আছুৰ প্ৰতিবাদ।
  • দুলিয়াজানত আছু কৰ্মীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।
  • পুৱা ৬ বজাৰ পৰা শতাধিক বিশ্ববিদ্যালয়ৰ আছু গোটৰ কর্মীয়ে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ।
  • আছুৰ পথ অৱৰোধৰ ফলত আবদ্ধ হৈ পৰিছে বহু লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in