৩১ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব বিজেপি চৰকাৰে…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • '৩১ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব বিজেপি চৰকাৰে।'
  • 'বহু বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত আছে মুখ্যমন্ত্ৰী আৰু ইতিমধ্যে স্পষ্ট হৈ পৰিছে এই কথা।'
  • সংবাদ মাধ্যমৰ আগত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ।
  • 'শ্বহীদৰ ত্যাগৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে যি গুৰুত্ব দিব লাগিছিল আছুৰ মজিয়াৰ পৰা আহিলেও তেনে দেখা নগ'ল।'
  • 'সৰ্বানন্দ সোণোৱালে IMDTৰ বিৰোধিতা কৰিছিল, কিয় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল সেয়া ভাবি চাওক।'
  • মুখ্যমন্ত্ৰীয়ে নিজৰ বিবেকক প্ৰশ্ন কৰিব লাগে বুলি কয় ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদকজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in