শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আমিৰ খান…

  • কোৰোনাত আক্ৰান্ত হ’ল বলিউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ।
  • অভিনেতা গৰাকীৰ দেহত বুধবাৰে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
  • অভিনেতা গৰাকীয়ে বৰ্তমান নিজকে কোৱাৰেন্টাইনত কৰি ৰাখিছে ।
  • বৰ্তমান অভিনেতা গৰাকীৰ স্বাস্থ্যৰ অবস্থা বৰ্তমান সুস্থিৰ ।
  • অভিনেতা গৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান অভিনেতা গৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি