কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আমিৰ খান…

কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আমিৰ খান…
  • কোৰোনাত আক্ৰান্ত হ'ল বলিউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান ।
  • অভিনেতা গৰাকীৰ দেহত বুধবাৰে কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
  • অভিনেতা গৰাকীয়ে বৰ্তমান নিজকে কোৱাৰেন্টাইনত কৰি ৰাখিছে ।
  • বৰ্তমান অভিনেতা গৰাকীৰ স্বাস্থ্যৰ অবস্থা বৰ্তমান সুস্থিৰ ।
  • অভিনেতা গৰাকীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান অভিনেতা গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in