ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই জ্বলালে বাইক…

ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই জ্বলালে বাইক…
  • বুধবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা।
  • দিনদুপৰতে দুৰ্বৃত্ত‌ই জ্বলাই দিলে আগছু কৰ্মীৰ বাইক।
  • ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত হয় এই ঘটনা।
  • জুইৰ লেলিহান শিখাই নিমিষতে ভষ্মীভূত কৰে মটৰ চাইকেলখন।
  • মটৰ চাইকেলখনৰ নম্বৰ এ এছ ১২ এফ ৫২৮০।
  • পূৰ্বেও কাৰ্যালয়টোত অনুৰূপ ঘটনা সংঘটিত কৰিছিল দুৰ্বৃত্ত‌ই।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী।
  • ঘটনাৰ পাছতে ওদালগুৰিত ব্যাপক চাঞ্চল্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in