দোষী সাব্যস্ত হল ছোটা ডন…

ফাইল ফটো
ফাইল ফটো
  • আন্দাৰ ৱল্ডৰ ডন ছোটা ৰাজনক দোষী সাব্যস্ত।
  • ২০১২ চনত সংঘটিত এক হত্যা চেষ্টাৰ গোচৰত দোষী সাব্যস্ত হৈছে ছোটা ৰাজন।
  • তেওৰ সৈতে আন ৫ জনক এই গোচৰত সাব্যস্ত কৰা হৈছে দোষী।
  • হোটেল ব্যৱসায়ী বি আৰ শেট্টীক হত্যাৰ চেষ্টা কৰিছিল ছোটা ৰাজন আৰু সহযোগীসকলে।
  • এই গোচৰত অভিযুক্ত আছিল ছোটা ৰাজন।
  • আদালতে শুনানিৰ অন্তত এই গোচৰত দোষী সাব্যস্ত কৰে ছোটা ৰাজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in