শেহতীয়া খবৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

দোষী সাব্যস্ত হল ছোটা ডন…

516
  • আন্দাৰ ৱল্ডৰ ডন ছোটা ৰাজনক দোষী সাব্যস্ত।
  • ২০১২ চনত সংঘটিত এক হত্যা চেষ্টাৰ গোচৰত দোষী সাব্যস্ত হৈছে ছোটা ৰাজন।
  • তেওৰ সৈতে আন ৫ জনক এই গোচৰত সাব্যস্ত কৰা হৈছে দোষী।
  • হোটেল ব্যৱসায়ী বি আৰ শেট্টীক হত্যাৰ চেষ্টা কৰিছিল ছোটা ৰাজন আৰু সহযোগীসকলে।
  • এই গোচৰত অভিযুক্ত আছিল ছোটা ৰাজন।
  • আদালতে শুনানিৰ অন্তত এই গোচৰত দোষী সাব্যস্ত কৰে ছোটা ৰাজনক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি