হাল বাই থাকোতে কৃষকে উদ্ধাৰ কৰিলে ৰাইফল

  • চতিয়াৰ পলশনীত ৰাইফল উদ্ধাৰ।
  • দেওবাৰে পুৱা হাল বাই থকা অৱস্থাত এজন লোকে উদ্ধাৰ কৰে এটা ৰাইফল।
  • ৰাইফল উদ্ধাৰ কৰা লোকজনৰ নাম জহিৰ আহমেদ।
  • ৰাইফলটো ৩০৩ ৰাইফল বুলি চিনাক্ত।
  • গঁড় হত্যাৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰাইফলটো উক্ত স্থানত চোৰাং চিকাৰীয়ে লুকুৱাই ৰখাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in