মহাৰাষ্ট্ৰত ৪টা নিষ্পাপ শিশুৰ জঘন্য হত্যাকাণ্ড, হত্যাকাৰী এতিয়াও হোৱা নাই গ্ৰেপ্তাৰ…

মহাৰাষ্ট্ৰত ৪টা নিষ্পাপ শিশুৰ জঘন্য হত্যাকাণ্ড, হত্যাকাৰী এতিয়াও হোৱা নাই গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ জলগাওঁ জিলাখনৰ ৰাবেৰ অঞ্চলত ৪ জন নিষ্পাপ শিশুৰ হত্যাকাণ্ড ঘটনা এতিয়াও অমিমাংসীত। অভিযুক্ত সকলক আৰক্ষীয়ে বৰ্তমানেও আটক নকৰাক লৈ গাওঁবাসী সকলৰ ক্ষুব্ধ হৈ আছে। মৃতকৰ পৰিয়াল আৰু গাওঁবাসীয়ে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে, যাতে তেওঁলোকে উচিত শাস্তি পায়।

আৰক্ষীয়ে এই গোচৰত ধৰ্ষণৰ ধাৰাও যোগ কৰিছে। এই গোচৰত ৭ৰ পৰা ৮ জন যুৱকক আৰক্ষীৰ জিম্মাত লৈছে যদিও তেওঁলোকক এতিয়াও অভিযুক্ত হিচাপে স্বীকাৰ কৰা নাই।

১৫অক্টোবৰত, ৬-১৩বছৰ বয়সৰ ৪ শিশুৱে তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ গৈছিল। এই ৪টা শিশুৰ ভিতৰত আছিল ২জন ল'ৰা আৰু ২জনী ছোৱালী।এই বিষয়ত অঞ্চলবাসী ক্ষোভ অক্ষুন্ন আছে। ঘটনাটোৰ গভীৰতা লক্ষ্য কৰি ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে ১৭ অক্টোবৰ শনিবাৰে সেই ঠাইত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in