হাতত ঢোল আৰু গামোচা লৈ প্ৰতিবাদত জঁঁপিয়াই পৰিল এদল অসমীয়া

হাতত ঢোল আৰু গামোচা লৈ প্ৰতিবাদত জঁঁপিয়াই পৰিল এদল অসমীয়া
  • গুৱাহাটীৰ কমাৰ্চ কলেজৰ সন্মুখত অসম ছাত্ৰ যুৱ সন্মিলনৰ প্ৰতিবাদ।
  • হাতত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।
  • চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে চৰকাৰক দাবী।
  • প্ৰখ্যাত বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁই, কৃষক নেতা অখিল গগৈ, মঞ্জিত মহন্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্রোহৰ অভিযোগ আনি প্ৰশাসনে গোচৰ ৰুজু কৰাৰো বিৰোধিতা।
  • অনাগত সময়ত আৰু শক্তিশালী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
  • গুৱাহাটী মহানগৰীত আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰাৰ প্ৰসংগক লৈও প্ৰতিক্ৰিয়া।
  • এনে সিদ্ধান্তৰে প্ৰশাসনে চৰকাৰৰ বিৰুদ্ধে গঢ় লৈ উঠা প্ৰতিবাদী কাৰ্যসূচী দমন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ।
  • হাতত ঢোল লৈ প্ৰতিকী অৰ্থত চৰকাৰৰ বিৰুদ্ধে গীত গাই প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in