জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ

জম্মু-কাশ্মীৰৰ অনন্তনাগত আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ
  • জম্মু-কাশ্মীৰৰ অনন্তনাগৰ শেৰবাগ আৰক্ষী থানাৰ সমীপত সন্ত্ৰাসবাদীৰ গ্ৰেণেড নিক্ষেপ।
  • এই ঘটনাত আহত হৈছে চাৰি জন সাধাৰণ নাগৰিক।
  • ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন চি আৰ পি এফৰ জোৱান।
  • ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।
  • কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা আৰক্ষীৰো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in