কোৱাৰেন্টাইন কক্ষত থকা লোকৰ আত্মহত্যা…

কোৱাৰেন্টাইন কক্ষত থকা লোকৰ আত্মহত্যা…
  • উত্তৰপ্ৰদেশত কোৱাৰেন্টাইনত থকা এজন লোকৰ আত্মহত্যা কৰিছে।
  • কিছু সময় পূৰ্বে লোকজনে আত্মহত্যা কৰিছে।
  • লোকজন কোৰোনাত আক্ৰান্ত হয় নে নহয় এতিয়াও নিশ্চিত হোৱা নাই।
  • তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল এতিয়াও অহা নাই।
  • চামলি জিলাৰ এখন হাস্পতালৰ কোৱাৰেন্টাইন কক্ষত আছিল লোকজন।
  • আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in