ৰে’লে মহতিয়ালে যাত্ৰীবাহী বাছ, নিহত ১৯ জন…

ৰে’লে মহতিয়ালে যাত্ৰীবাহী বাছ, নিহত ১৯ জন…
  • পাকিস্তানত ভয়াৱহ পথ দুৰ্ঘটনা।
  • ৰে'লে মহতিয়ালে যাত্ৰীবাহী বাছ।
  • শিখ সম্প্ৰদায়ৰ লোক আছিল বাছখনত।
  • পাকিস্তানৰ পাঞ্জাৱৰ শ্বেইখুপুৰা জিলাত এই ঘটনা সংঘটিত হৈছে।
  • ১৯ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে।
  • ৮ জন যাত্ৰী আহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in