ভাৰতত কোৰোনাই প্ৰাণ ল’লে আৰু এগৰাকীৰ…

ভাৰতত কোৰোনাই প্ৰাণ ল’লে আৰু এগৰাকীৰ…
  • ভাৰতত কোৰোনাই প্ৰাণ ল'লে আন এগৰাকী লোকৰ।
  • শ্ৰীনগৰৰ হাইদৰপাৰাত মৃত্যু হয় ৬৫ বছৰীয়া এগৰাকী লোকৰ।
  • আন চাৰিগৰাকী ব্যক্তিৰ সৈতে বুধবাৰে এই লোকগৰাকীৰ গাতো ধৰা পৰিছিল কোৰোনা ভাইৰাছৰ অৱস্থি্তি।
  • জম্মু-কাশ্মীৰৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া ৰোহিত কামচালে সদৰি কৰে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in