কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত পুনৰ মৃত্যু এজনৰ…

কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত পুনৰ মৃত্যু এজনৰ…
  • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত পুনৰ মৃত্যু এজনৰ।
  • মহাৰাষ্ট্ৰৰ মুম্বাইৰ কস্তৰবা হাস্পতালত আছুতীয়া কক্ষত ভৰ্তি হৈ আছিল আক্ৰান্ত লোকজন।
  • ৬৪ বছৰীয়া লোকজন কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিগত সপ্তাহত চিকিৎসাধীন হৈছিল।
  • ভাৰতত এই ভাইৰাছৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পালে ৩ জনলৈ।
  • ইয়াৰ পূৰ্বে কৰ্ণাটক আৰু দিল্লীত দুজন লোকে প্ৰাণ হেৰুৱাইছিল মহামাৰী ভাইৰাছত।
  • ভাৰতত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা মঙলবাৰে বৃদ্ধি পাইছে ১২৫ জনলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in