/asomiyapratidin/media/media_files/2026/02/04/whatsapp-i-2026-02-04-11-36-20.jpeg)
ডিজিটেল ডেস্কঃ হোৰাহোৰে বৃদ্ধি পাইছে সোণৰ দাম।গুৱাহাটীতো সোণৰ দাম অভিলেখ হাৰত বৃদ্ধি পাইছে। মহানগৰীত বুধবাৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হয়গৈ ১,৪০,৬০০ টকা, মঙ্গলবাৰে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য আছিল ১,৪০,৪০০ টকা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/04/whatsapp-2026-02-04-11-33-11.jpeg)
ইফালে গুৱাহাটীত বুধবাৰে ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হয় ১, ৪৭, ৬৩০ টকা। মঙ্গলবাৰতকৈ ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ২১০ টকা বৃদ্ধি হয়। দেশৰ আন চহৰবোৰতো সোণৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বুধবাৰে ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য মুম্বাইত আগ দিনাৰ তুলনাত ৬,৬০০ টকা বৃদ্ধি হৈছে। ৪ ফেব্ৰুৱাৰী ২০২৬ ত মুম্বাইত সোণৰ ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ১,৬০,৫৩০ টকা হৈছে।
/asomiyapratidin/media/post_attachments/_media/bs/img/article/2022-07/01/full/1656697112-9838-769613.jpg?im=FeatureCrop,size=(382,233))
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us