/asomiyapratidin/media/media_files/2026/02/16/whatsapp-image-2-2026-02-16-10-23-42.jpeg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা কথোপকথনত সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, তেওঁ যিহেতু কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে নিশ্চয় কোনো ৰাজনৈতিক দলত যোগদান কৰিব। যদি বৰাই বিজেপিত যোগদান কৰাৰ কথা বিবেচনা কৰে নিশ্চয় তেওঁক আন্তৰিকভাৱে আদৰণি জনোৱা হ'ব।
/asomiyapratidin/media/post_attachments/sentinelassam-english/2026-01-11/2v9wtnf5/Dilip-Saikia-360926.avif?w=480&dpr=2&auto=format%2Ccompress&fit=max&q=85)
আনহাতে ২০ ফেব্ৰুৱাৰীত ভূপেন বৰা বিজেপিত যোগদান কৰিব বুলি প্ৰকাশিত হোৱা খবৰ সন্দৰ্ভত শইকীয়াই কয় যে, এতিয়ালৈকে তেনে কোনো যোগদানৰ কাৰ্যসূচী সন্দৰ্ভত তেওঁ জ্ঞাত নহয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us