মোদীৰ উপস্থিতিত শনিবাৰে সমগ্ৰ অসম কঁপাব সদৌ অসম ছাত্ৰ সন্থাই

প্ৰতীকি ফটো...
প্ৰতীকি ফটো...
  • শনিবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰিব সদৌ অসম ছাত্ৰ সন্থাই।
  • প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিব প্ৰতিবাদ।
  • সংবাদমেলযোগে এই কথা ঘোষণা আছু নেতৃত্বৰ।
  • আজিও সমগ্ৰ অসমত বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিব প্ৰতিবাদ।
  • চৰকাৰে অসমৰ ৰাইজৰ কথা শুনিবলৈ চেষ্টা কৰা নাই বুলি মন্তব্য আছুৰ সভাপতি দীপাংক নাথৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in