শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ… VIDEO

278
  • প্রধানমন্ত্ৰীৰ আহ্বানলৈ দেশজুৰি ব্যাপক সঁহাৰি।
  • নিশা ৯ বজাৰ লগে লগে ঘৰৰ লাইট অফ কৰি বাৰান্দাত জ্বলাইছে মমবাতি, চাকি, ম’বাইল ফ্লেছ।
  • গুৱাহাটী মহানগৰবাসীয়েও ফ্লেটৰ বেলকনি, ঘৰৰ বাৰান্দা-চোতালত জ্বলাইছে চাকি, মমবাতি।
  • কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ১৩০ কোটি জনতাৰ মহাশক্তি প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনাইছিল এই আহ্বান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি