৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ… VIDEO

৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ… VIDEO
  • প্রধানমন্ত্ৰীৰ আহ্বানলৈ দেশজুৰি ব্যাপক সঁহাৰি।
  • নিশা ৯ বজাৰ লগে লগে ঘৰৰ লাইট অফ কৰি বাৰান্দাত জ্বলাইছে মমবাতি, চাকি, ম'বাইল ফ্লেছ।
  • গুৱাহাটী মহানগৰবাসীয়েও ফ্লেটৰ বেলকনি, ঘৰৰ বাৰান্দা-চোতালত জ্বলাইছে চাকি, মমবাতি।
  • কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ১৩০ কোটি জনতাৰ মহাশক্তি প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনাইছিল এই আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in