মহাৰাষ্ট্ৰৰ পৰা পুনৰ ৩ গৰাকী বিধায়ক অসমলৈ…

মহাৰাষ্ট্ৰৰ পৰা পুনৰ ৩ গৰাকী বিধায়ক অসমলৈ…
  • শিৱসেনাৰ বিদ্রোহী নেতা একনাথ সিন্দেৰ শক্তি বৃদ্ধি।
  • ৰেডিছন ব্লুত বাহৰ ৪৬ বিসম্বাদী বিধায়কৰ।
  • বৃহস্পতিবাৰে গুৱাহাটী পায়হি বিধায়ক কেইগৰাকী।
  • বিধায়ক কেইগৰাকী হ'ল-দীপক কেশাকৰ,মংগেশ কুদালকাৰ আৰু চাদা সাৰভনকাৰ।
  • ৩৭ গৰাকী শিৱসেনা বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।
  • ৯ গৰাকী নিৰ্দলীয় বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in