৯ ফেব্ৰুৱাৰীত অসম বন্ধ

৯ ফেব্ৰুৱাৰীত অসম বন্ধ
  • ৯ ফেব্ৰুৱাৰীত অসম বন্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু ৬ জনগোষ্ঠী জনজাৰিকৰণৰ দাবীত এই বন্ধ কাৰ্যসূচী।
  • ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কৰিছে টাই আহোম যুৱ পৰিষদে।
  • উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৭০ সংগঠনৰ সৈতে বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে সংগঠনটোৱে।
  • ৯ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব এই বন্ধ কাৰ্যসূচী।
  • আহোমৰ লগতে মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ দাবী।
  • এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে জনালে এই কাৰ্যসূচীৰ বিষয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in