শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

৯ ফেব্ৰুৱাৰীত অসম বন্ধ

5,615
  • ৯ ফেব্ৰুৱাৰীত অসম বন্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু ৬ জনগোষ্ঠী জনজাৰিকৰণৰ দাবীত এই বন্ধ কাৰ্যসূচী।
  • ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কৰিছে টাই আহোম যুৱ পৰিষদে।
  • উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৭০ সংগঠনৰ সৈতে বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে সংগঠনটোৱে।

  • ৯ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই বন্ধ কাৰ্যসূচী।
  • আহোমৰ লগতে মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ দাবী।
  • এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৱে জনালে এই কাৰ্যসূচীৰ বিষয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি