৯ এপ্ৰিলত বন্ধ থাকিব ডিব্ৰুগড়ৰ নালিয়াপুল গ্ৰেহেম বজাৰ মুচলিম কবৰস্থানৰ জিয়াৰতৰ কাৰ্যসূচী

৯ এপ্ৰিলত বন্ধ থাকিব ডিব্ৰুগড়ৰ নালিয়াপুল গ্ৰেহেম বজাৰ মুচলিম কবৰস্থানৰ জিয়াৰতৰ কাৰ্যসূচী
  • চৰকাৰী নিৰ্দেশনাৰ প্ৰতি সন্মান।
  • ৯ এপ্ৰিলত বন্ধ থাকিব ডিব্ৰুগড়ৰ নালিয়াপুল গ্ৰেহেম বজাৰ মুচলিম কবৰস্থানৰ জিয়াৰতৰ কাৰ্যসূচী (কবৰস্থান)।
  • নালিয়াপুল গ্ৰেহেম বজাৰ মুচলিম কবৰস্থান সমিতিয়ে এই কথা জানিবলৈ দিছে।
  • সভাপতি আলহাজ আমানুল্লাহ আনচাৰী আৰু সম্পাদক মঃ নাছিৰ চুলতানে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত এই কথা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in