অসমত নতুনকৈ ৮৯ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ

অসমত নতুনকৈ ৮৯ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ
  • অসমত নতুনকৈ ৮৯ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • স্বাস্থ্য বিভাগে সদৰি কৰিছে এই কথা।
  • ইয়াৰে ৩০ গৰাকী লোক বাক্সা জিলাৰ।
  • ঠিক তেনেদৰে বৰপেটাৰ ২০ গৰাকী লোক, ১৫ গৰাকী কামৰূপ মহানগৰ জিলাৰ।
  • কোকৰাঝাৰৰ ৯ গৰাকী লোক, যোৰহাটৰ ৬ গৰাকী, ২ গৰাকী গোলাঘাটৰ, নগাঁও আৰু শোণিতপুৰ জিলাৰো আছে ২ গৰাকীকৈ লোক।
  • ধেমাজি, বঙাইগাঁও আৰু বিশ্বনাথৰ এগৰাকীকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • কোৰোনাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ৪,৬৯৪লৈ বৃদ্ধি পাইছে।
  • ইফালে গোলাঘাটৰ কোৰোনা আক্ৰান্ত সকল গোলাঘাটৰ এখন নাৰ্ছিং হোমৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in