ভাৰতৰ পৰা পলায়নৰ চেষ্টাঃ নিজামুদ্দিনৰ তবলীগত অংশ লোৱা মালয়েচিয়াৰ ৮ গৰাকী লোকক আটক…

ভাৰতৰ পৰা পলায়নৰ চেষ্টাঃ  নিজামুদ্দিনৰ তবলীগত অংশ লোৱা মালয়েচিয়াৰ ৮ গৰাকী লোকক আটক…

ডিজিটেল ডেস্কঃ ভাৰতৰ কোৰোনা ভাইৰাছৰ কেন্দ্ৰ হিচাপে বিবেচিত হোৱা নিজামুদ্দিন দৰগাহৰ তবলীগত অংশ লোৱা ৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লী বিমান বন্দৰত। ইমিগ্ৰেশ্যনৰ এক সুত্ৰই সদৰি কৰিছে এই কথা। তবলীগত অংশ লোৱা এই ৮ গৰাকী লোক আছিল মালয়েচিয়াৰ। দিল্লীৰ পৰা মালয়েচিয়ালৈ উৰা মাৰিব লগীয়া মালিণ্ড এয়াৰ ৰিলিফ ফ্লাইটত যাবলৈ বিচাৰোতেই ইমিগ্ৰেশ্যনৰ কৰ্তৃপক্ষই আটক কৰি আৰক্ষীক চমজাই দিয়ে। প্ৰাপ্ত তথ্য অনুসৰি, এই ৮ জনক ভাৰততে কোৱাৰেন্টাইন চেন্টাৰত ৰখা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in