শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ….

453
  • ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ ।
  • ৰাজ্য সভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুৱে এসপ্তাহৰ কাৰনে নিলম্বন কৰে সাংসদ কেই গৰাকীক ।
  • নিলম্বিত সাংসদ কেইগৰাকী ভিতৰত কংগ্ৰেছৰ তিনি গৰাকী,তৃণমূল কংগ্ৰেছৰ দুজন, চিপিআই(এম)ৰ দুজন আৰু আম আদমি পাৰ্টীৰ এজন ।
  • ৰবিবাৰে কৃষি সম্বন্ধীয় বিধেয়ক উত্থাপন কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল বিৰোধী শিবিৰ ।
  • সাংসদ কেইজনে খঙত অগ্নিশৰ্মাহৈ অধ্যক্ষক কৰিছিল দুব্যৱহাৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি