ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ….

ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ….
  • ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ ।
  • ৰাজ্য সভাৰ অধ্যক্ষ এম ভেংকয়া নাইডুৱে এসপ্তাহৰ কাৰনে নিলম্বন কৰে সাংসদ কেই গৰাকীক ।
  • নিলম্বিত সাংসদ কেইগৰাকী ভিতৰত কংগ্ৰেছৰ তিনি গৰাকী,তৃণমূল কংগ্ৰেছৰ দুজন, চিপিআই(এম)ৰ দুজন আৰু আম আদমি পাৰ্টীৰ এজন ।
  • ৰবিবাৰে কৃষি সম্বন্ধীয় বিধেয়ক উত্থাপন কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল বিৰোধী শিবিৰ ।
  • সাংসদ কেইজনে খঙত অগ্নিশৰ্মাহৈ অধ্যক্ষক কৰিছিল দুব্যৱহাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in