বিজেপি এৰি অৰুণাচলৰ গৃহ মন্ত্ৰীসহ ৮ বিধায়কে যোগদান কৰিলে এনপিপিত

বিজেপি এৰি অৰুণাচলৰ গৃহ মন্ত্ৰীসহ ৮ বিধায়কে যোগদান কৰিলে এনপিপিত
  • বিজেপি এৰি আনুষ্ঠানিকভাৱে এনপিপিত যোগদান কৰিলে অৰুণাচলৰ ৮ জন বিধায়কে।
  • দলত্যাগ কৰা বিধায়কসলৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহমন্ত্ৰী কে ৱাই।
  • ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে যোগদান কৰে বিজেপিত।
  • বিজেপিৰ বিচাৰধাৰক পথভ্ৰষ্ট আখ্যা দলত্যাগী বিধায়কসকলৰ।
  • বিজেপিক সাম্প্ৰদায়িক দল আখ্যা অৰুণাচলৰ গৃহমন্ত্ৰীগৰাকীৰ।
  • এন পি পিৰ মহা সচিব থমাছ চাংমাই তেওঁলোক আদৰণি জনালে দললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in