উত্তৰাখণ্ডত মদ্যপান কৰি ৬ জনৰ মৃত্যু…

উত্তৰাখণ্ডত মদ্যপান কৰি ৬ জনৰ মৃত্যু…
  • উত্তৰাখণ্ডত মদ পান কৰি ৬ জনৰ মৃত্যু।
  • অবৈধভাৱে বিক্ৰী কৰা মদ খাই মৃত্যু ঘটে লোক কেইজনৰ।
  • ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে বিক্ৰী হৈ আহিছে লোকেল মদ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • উল্লেখ্য যে, বিগত মাহত ৰাজ্যখনত অবৈধ সুৰা পান কৰি ১৩ জনৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in