ৰাজ্যত পুনৰ ৫৩৫জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১৬ সহস্ৰাধিকলৈ বৃদ্ধি…

ৰাজ্যত পুনৰ ৫৩৫জনৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ১৬ সহস্ৰাধিকলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ ৫৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • ইয়াৰে ৪১০জন গুৱাহাটী মহানগৰীৰ।
  • ৰাজ্যত ১৬,০৭১জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ১০,৪২৬জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৫৬০৭জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in