শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

কোভিড-১৯ঃ আমেৰিকাত যোৱা ২৪ ঘন্টাত ৫৩ হাজাৰ জন লোক আক্ৰান্ত কোৰোনাত…

57

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। ১ কোটিৰো অধিক লোক ইতিমধ্যে আক্ৰান্ত হৈছে এই ভাইৰাছত। ইফালে, কোভিড-১৯ত সৰ্বাধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত। আমেৰিকাত কোৰোনা ভাইৰাছৰ সংক্ৰমণ অনিয়ন্ত্ৰিত হোৱাৰ দিশে।

দেশখনত ২৮ লক্ষাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। জ’নছ হৰ্পিকিন্স বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা গণনা অনুসৰি যোৱা ২৪ ঘন্টাত আমেৰিকাত নতুনকৈ ৫৩,০৬৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। আৰু এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈ আমেৰিকাত ৬৪৯জনে হেৰুৱাই প্ৰাণ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি