ওৰে ৰাতি চলিল অভিযান,পি.কে দত্তৰ ঘৰত ওলাল ৫ কেজি সোন! এছআই কেলেংকাৰীত অগপ নেতাৰ নাম…

ওৰে ৰাতি চলিল অভিযান,পি.কে দত্তৰ ঘৰত ওলাল ৫ কেজি সোন! এছআই কেলেংকাৰীত অগপ নেতাৰ নাম…
  • পি কে দত্তৰ ঘৰত পূৱতি নিশালৈ চলিল অভিযান ।
  • পুনৰ আজি দহবজাৰ পৰা আৰক্ষীয়ে চলাব অভিযান ।
  • অভিযানত ৫ কেজি সোন জব্দ, এই কথা জনালে চিআইডিয়ে ।
  • জনালে জব্দ সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰি চহী কৰিবলৈ নিয়া ওচৰৰ এগৰাকী চুবুৰীয়াই ।
  • এই কেলংকাৰীত নাম সাঙোৰ খাইছে অগপৰ এটা নেতাৰ নামো ।
  • পিকে দত্তৰ ৫ খন হোটেলত চলিছিল অভিযান ।
  • উলুবাৰীৰ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ ঘনিষ্ট আছিল পিকে দত্ত ।
  • প্ৰাক্তন আৰক্ষী ডিআইজি জনৰ ঘৰত পোৱা গৈছে বহু আপত্তি জনক নথি পত্ৰ ।
  • বৰ্তমানলৈ পলাতক প্ৰশান্ত কুমাৰ দত্ত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in