কোৰোনাৰ সংহাৰঃ ভাৰতত ২৪ঘন্টাত ১৯হাজাৰো অধিক লোক আক্ৰান্ত কোৰোনাত…

কোৰোনাৰ সংহাৰঃ ভাৰতত ২৪ঘন্টাত ১৯হাজাৰো অধিক লোক আক্ৰান্ত কোৰোনাত…
  • বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৪৩৪গৰাকী লোকে।
  • এই সময়খিনিত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১৯,১৪৮গৰাকী লোক।
  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই ৬লাখৰ ঘৰ অতিক্ৰম কৰি হ'লগৈ ৬,০৪,৬৪১
  • ইয়াৰে প্ৰায় ৩ লাখ ৬০ হাজাৰ লোক কোৰোনা মুক্ত হৈ ঘৰলৈ উভতিছে।
  • দেশত মৃত্যুৰ সংখ্যা ১৭,৮৩৪গৰাকীলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in