শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...  •  কাজিৰঙাৰ দোকানগৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল মন্ত্ৰী অতুল বৰাৰ...

কোৰোনাৰ সংহাৰঃ ভাৰতত ২৪ঘন্টাত ১৯হাজাৰো অধিক লোক আক্ৰান্ত কোৰোনাত…

138
  • বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৪৩৪গৰাকী লোকে।
  • এই সময়খিনিত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ১৯,১৪৮গৰাকী লোক।
  • ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই ৬লাখৰ ঘৰ অতিক্ৰম কৰি হ’লগৈ ৬,০৪,৬৪১
  • ইয়াৰে প্ৰায় ৩ লাখ ৬০ হাজাৰ লোক কোৰোনা মুক্ত হৈ ঘৰলৈ উভতিছে।
  • দেশত মৃত্যুৰ সংখ্যা ১৭,৮৩৪গৰাকীলৈ বৃদ্ধি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি