শেহতীয়া খবৰ

ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ…

350
  • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • ইয়াৰে ৩৮জন ধুবুৰী আৰু ৪জন দৰঙৰ।
  • ৰাজ্যত বৰ্তমানলৈ ২১১৫জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে এই ভাইৰাছত আক্ৰান্ত ৪৫৯জন লোক সুস্থ হৈ উঠিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি