ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ…

ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ…
  • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • ইয়াৰে ৩৮জন ধুবুৰী আৰু ৪জন দৰঙৰ।
  • ৰাজ্যত বৰ্তমানলৈ ২১১৫জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে এই ভাইৰাছত আক্ৰান্ত ৪৫৯জন লোক সুস্থ হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in