বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষনত ওদালগুৰিত জব্দ ৪০ কাৰ্টন অবৈধ বিলাতী সুৰা…

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষনত ওদালগুৰিত জব্দ ৪০ কাৰ্টন অবৈধ বিলাতী সুৰা…
  • ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ফ্লাইং স্কোৱাডৰ অভিযান ।
  • বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত মাজবাটৰ লামাবাৰিত ৪০ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ।
  • অৰুণাচল প্ৰদেশৰ বালিমুৰ পৰা মাজবাট অভিমুখে আহি থকা অবস্থাত AS 12 AC 6538 নম্বৰৰ এখন বলেৰো পিকআপ বাহনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ সুৰা সমূহ ।
  • এই বৃহৎ পৰিমাণৰ সুৰাৰ লগতে বাহন খনৰ চালকক আটক কৰে নিৰ্বাচন বিভাগৰ ফ্লাইং স্কোৱাডৰ দলে ।
  • ঘটনাস্থলীৰ পৰা পলায়ন দুই আৰোহীৰ, আৰক্ষীৰ জালত পৰে বাহনখনৰ চালক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in