২ বজা পৰ্যন্ত ৩৭ শতাংশ ভোটদান

২ বজা পৰ্যন্ত ৩৭ শতাংশ ভোটদান
  • আজি পুৱা ৭.৩০ বজাৰ পৰা চলি আছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।
  • দুপৰীয়া ২ বজা পৰ্যন্ত প্ৰায় ৩৭ শতাংশ ভোটদান সম্পূৰ্ণ।
  • আবেলি ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ।
  • ২৪ এপ্ৰিলত ঘোষণা হ'ব ফলাফল।
  • ২৪ এপ্ৰিল পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোটগণনা।
  • মুঠ ৭৫৭টা ৱাৰ্ডত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • এইবেলি নিৰ্বাচনত ১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in