শেহতীয়া খবৰ
শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি  •  মুখ্যমন্ত্ৰীৰ ভ্ৰমণক লৈ দৰঙত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ ক’লা দিৱস ঘোষণা  •  মেঘালয়ৰ কয়লা খনিত আৱদ্ধ এজন শ্ৰমিকৰ মৃতদেহৰ সন্ধান  •  বিজেপি নেতা আটক, বিক্ৰীৰ বাবে আনিছিল বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ...

মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

46
  • বুধবাৰে মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ।
  • জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় ১.৮ কোটি টকা।
  • অসম ৰাইফলছৰ অভিযানত এখন মাৰুতী ভানৰ পৰা জব্দ হৈছে সোণখিনি।
  • ম’ৰেৰ পৰা ইম্ফললৈ সোণখিনি লৈ গৈছিল মাৰুতী ভানখনত।
  • ধৃত যুৱকজনৰ নাম মহম্মদ আব্দুল ৰজক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি