চন্দ্ৰবাবু নাইডুৰ সংগ এৰি টিডিপিৰ ৩ সাংসদে যোগ দিলে বিজেপিত

চন্দ্ৰবাবু নাইডুৰ সংগ এৰি টিডিপিৰ ৩ সাংসদে যোগ দিলে বিজেপিত
  • চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম পাৰ্টিৰ ৩জন ৰাজ্যসভাৰ সাংসদে যোগ দিলে বিজেপিত।
  • বিজেপিত যোগ দিয়া সাংসদসকল হ'ল ৱাই এছ চৌদাৰী, চি এম ৰমেশ, টি জি ভেংকাতেশ।
  • বিজেপিত যোগদান কৰিবলৈ ৩জন সাংসদে উপ ৰাষ্ট্ৰপতিৰ ওচৰত দিছে পদত্যাগ পত্ৰ।
  • ইফালে আন এজন ৰাজ্যসভাৰ সাংসদ জি এম ৰাওৱে আনুষ্ঠানিকভাৱে যোগ দিলে বিজেপিত।
  • শাৰীৰিক অসুস্থতাৰ বাবে পৰৱৰ্তী সময়ত সাংসদজনে যোগ দিব বিজেপিত।
  • সাংসদে বিজেপিত যোগ দিয়াক কেন্দ্ৰ কৰি মন্তব্য চন্দ্ৰবাবু নাইডুৰ।
  • দলত এনে সংকট আহেই বুলি মন্তব্য নেতাজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in