পঞ্জাৱৰ বিস্ফোৰণত নিহত লোকৰ সংখ্যা ২৩জনলৈ বৃদ্ধি

পঞ্জাৱৰ বিস্ফোৰণত নিহত লোকৰ সংখ্যা ২৩জনলৈ বৃদ্ধি
  • পঞ্জাৱৰ গুৰদাসপুৰত সংঘটিত বিস্ফোৰণক লৈ অব্যাহত চাঞ্চল্য।
  • মৃত্যু হোৱা লোকৰ সংখ্যা ২৩জনলৈ বৃদ্ধি।
  • এটা আতচবাজী নিৰ্মাণৰ কাৰখানাত সংঘটিত হৈছিল বিস্ফোৰণ।
  • এই ঘটনাত আহত হৈছে ২০জন লোক।
  • বৰ্তমানো অব্যাহত উদ্ধাৰ অভিযান।
  • বিস্ফোৰণস্থলীৰ পুৱাৰ দৃশ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in