দ্বিতীয়বাৰলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে পেমা খাণ্ডুৱে…VIDEO

দ্বিতীয়বাৰলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে পেমা খাণ্ডুৱে…VIDEO
  • অৰুণাচলত শপত ল'লে নতুন চৰকাৰে।
  • দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে পেমা খাণ্ডুৱে।
  • উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে চাওনা মেইনে।
  • শপতগ্ৰহণ কৰিলে আন ৯ গৰাকী মন্ত্ৰীয়েও।
  • মন্ত্ৰী পদৰ শপত ল'লে বামাং ফেলিক্স, মামা নাটুং, তাগে টাকিয়ে, হনছুন ঙানদাম, তুমকে বাগ্ৰা, তাবা তাদিৰ, ৱাংকি লৱাং, কোলুং মোছাং আৰু নাকাব নালোৱে।
  • উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত একেলগে অনুষ্ঠিত হৈছিল লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন।
  • শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত বিজেপিৰ বহু জ্যেষ্ঠ নেতা।
  • উপস্থিত 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in