কেৰিয়াৰৰ শততম টি-২০ত উজ্বলি উঠিল ৰোহিত শৰ্মা, ৮ উইকেটত পৰাস্ত বাংলাদেশ…

কেৰিয়াৰৰ শততম টি-২০ত উজ্বলি উঠিল ৰোহিত শৰ্মা, ৮ উইকেটত পৰাস্ত বাংলাদেশ…
  • দ্বিতীয়খন টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয় লাভ।
  • ৮ উইকেটত জয় লাভ টীম ইণ্ডিয়াৰ।
  • প্ৰথমে বেটিং কৰি বাংলাদেশে ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰিছিল।
  • ১৫.৪ অভাৰত দুই উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰে ১৫৪ ৰান।
  • ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মাই ৮৫ ৰান সংগ্ৰহ কৰে ৪৩ বলত।
  • এইখন আছিল ৰোহিত শৰ্মাৰ শততম টি-২০।
  • এশ খন টি-২০ খেলা ৰোহিত শৰ্মাই ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in