শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

কেৰিয়াৰৰ শততম টি-২০ত উজ্বলি উঠিল ৰোহিত শৰ্মা, ৮ উইকেটত পৰাস্ত বাংলাদেশ…

1,534
  • দ্বিতীয়খন টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয় লাভ।
  • ৮ উইকেটত জয় লাভ টীম ইণ্ডিয়াৰ।
  • প্ৰথমে বেটিং কৰি বাংলাদেশে ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰিছিল।
  • ১৫.৪ অভাৰত দুই উইকেটৰ বিনিময়ত ভাৰতে সংগ্ৰহ কৰে ১৫৪ ৰান।
  • ভাৰতীয় খেলুৱৈ ৰোহিত শৰ্মাই ৮৫ ৰান সংগ্ৰহ কৰে ৪৩ বলত।
  • এইখন আছিল ৰোহিত শৰ্মাৰ শততম টি-২০।
  • এশ খন টি-২০ খেলা ৰোহিত শৰ্মাই ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি