দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ 'কা' আন্দোলন।
  • ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত।
  • 'কা'ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ'ব আন্দোলন।
  • বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই।
  • হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in