সোমবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য…

ফাইল ফটো
ফাইল ফটো
  • বৃদ্ধি পালে ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰত বাঢ়িল ৫ পইচাকৈ।
  • মহানগৰীত আজি প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.১১ টকা।
  • আনহাতে পেট্ৰ'লৰ মূল্যৰ হোৱা নাই কোনো পৰিৱৰ্তন।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৬২ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in