সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ২৯জন সুস্থ…

সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ২৯জন সুস্থ…
  • ৰাজ্যত আৰু ২৯জন কোৰোনাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।
  • ইয়াৰে ১৪ গৰাকী এমএমচিএইছ, ৫ গৰাকী এফএএএমচিএইচ, ৪ গৰাকী এছএমচিএইট, ৩গৰাকী গোলাঘাট চিভিল হাস্পতালৰ, এজন জিএমচিএইচ আৰু ২গৰাকী ধেমাজি চিভিল হাস্পতালৰ।
  • ৰাজ্যত এতিয়ালৈকে ৪৪২জন কোৰোনাত আক্ৰান্ত লোক সুস্থ হৈ উঠিছে।
  • ইফালে, চিকিৎসাধীন হৈ আছে ১৪২৮জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in