২৮ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব ‘ভিলেইজ ৰকষ্টাৰছ’

২৮ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব ‘ভিলেইজ ৰকষ্টাৰছ’

ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্তত ছবিগৃহত মুক্তি পাব 'ভিলেইজ ৰকষ্টাৰছে'। ২৮ ছেপ্টেম্বৰত শুভমুক্তি দিয়া হ'ব এই ছবিখনক। তাৰপূৰ্বেই দেশ তথা ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰীমা দাসৰ এই ছবিখনে।

২০১৭চনতেই ছবিখন মুক্তি হৈছিল যদিও, বিভিন্ন প্ৰতিযোগিতাত অংশ লোৱাৰ বাদে সাধাৰণ দৰ্শকৰ বাবে 'ভিলেইজ ৰকষ্টাৰছ' ছবিগৃহত মুকলি কৰি দিয়া হোৱা নাছিল।

বিদেশী ছবি শাখাত পেডমেন, পদ্মাৱত, হিচকি আদি ছবিক পিছ পেলাই বাচনিৰ বাবে ভাৰতীয় ছবি ৰূপে নিৰ্বাচিত হোৱাৰ পাছত 'ভিলেইজ ৰকষ্টাৰছ'ক লৈ দৰ্শকৰ মাজত উৎসোকতা বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in