২৩ অক্টোবৰৰ ৪৬ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ

২৩ অক্টোবৰৰ ৪৬ টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ
  • ২৩ অক্টোবৰৰ ৪৬টা সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন প্ৰদেশ কংগ্ৰেছৰ৷
  • ৰাজীৱ ভৱনত সংবাদমেল যোগে নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
  • অগপক অনুৰোধ কৰিলে ৰিপুণ বৰাই 'বিধেয়ক খন গৃহীত হোৱাৰ আগতে কিবা এক ব্যৱস্থা লওঁক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in