শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

সাজু থাকক, আপোনাক হঁহুৱাবলৈ আকৌ আহি আছে ধামাল…

353

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় তিনি তাৰকা অজয় দেৱগণ, অনিল কাপুৰ আৰু মাধুৰী দিক্ষীত, এওলোকে যদি কোনো ছবি কৰিম বুলি মন বান্ধে তেনেহলে ছবিৰ কাম লেহেমীয়া হ’ব কেনেকৈ! এই তিনি তাৰকাৰ অভিনীত ছবি ‘টটেল ধামাল’ ছবি গৃহলৈ আহিব অহা ২২ ফেব্ৰুৱাৰীত।ইতিমধ্যে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰটোও দৰ্শকে আদৰি লৈছে।

দৰ্শকৰ এই সহাঁৰি প্ৰতি লক্ষ্য ৰাখিয়েই মঙলবাৰে ছবিখনৰ এটি গীতৰ ভিডিঅ’ মুকলি কৰা হয়। ভিডিঅ’টোৰ মুক্তিৰ লগে লগেই প্ৰত্যক্ষ কৰিছে ৪ মিলিয়নৰো অধিক দৰ্শকে। উল্লেখ্য যে, এই ছবিখনত ১৮ বছৰৰ বিৰতিৰ মূৰত একেলগে দেখা যাব অনিল কাপুৰ আৰু মাধুৰী দীক্ষিতক। ‘টটেল ধামাল’ হৈছে হিন্দী ছবি ধামালৰ তৃতীয় সংস্কৰণ। আন দুখন ছবিৰ দৰেই এই ছবিখনেও দৰ্শকক অধিক হহোঁৱাব বুলি সংবাদ মাধ্যমক জনাইছে ছবিখনৰ পৰিচালকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি