কাটাঁতাৰ পাৰ হৈ অহা ২১ বাংলাদেশীক প্ৰত্যাৰ্পণ

কাটাঁতাৰ পাৰ হৈ অহা ২১ বাংলাদেশীক প্ৰত্যাৰ্পণ
  • শনিবাৰে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয় ২১ গৰাকী বাংলাদেশী নাগৰিকক।
  • নিৰ্ধাৰিত শাস্তিৰ ম্যাদ উকলাৰ বাবে প্ৰত্যাপণ কৰা হয় তেওঁলোকক।
  • ২১ গৰাকী নাগৰিকৰ ১৯জন পুৰুষ আৰু ২গৰাকী মহিলা।
  • কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰেদি আইনী প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰত্যাপণ কৰা হয় নাগৰিক কেইজনক।
  • বিভিন্ন সময়ত তেওঁলোকে সীমান্তৰেদি ভাৰতত প্ৰৱেশ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in