শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

২০১৯ত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

638

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ জানুৱাৰীত মাহত ভাৰতত বিক্ৰী হোৱা সৰ্বাধিক গাড়ীৰ তালিকাত ডিজায়াৰক অতক্ৰমি শীৰ্ষস্থান দখল কৰিছে মাৰুতি ছুজুকি অল্ট’ গাড়ীখনে। এইবাৰৰ তালিকাত আটাইকেইটা স্থানেই দখল কৰিছে মাৰুতি ছুজুকি আৰু হুণ্ডাই গাড়ীয়ে।

তালিকাত মাৰুতিৰ ৭ খন গাড়ীৰ ক্ৰমে অল্ট’, ডিজায়াৰ, ছুইফট, বালেনো, ভিটাৰা, ব্ৰেজা, ৱাগনাৰ আৰু চিলেৰিঅ’ই। আনহাতে এই তালিকাত থকা হুণ্ডাইৰ গাড়ীকেইৰখন হৈছে ইলাইট টি-২০, ক্ৰেটা আৰু গ্ৰেণ্ড আই-১০। তালিকাৰ দ্বিতীয় স্থানত মাৰুতি ডিজায়াৰ, তৃতীয়ত ছুইফট আৰু প্ৰথম স্থানত আছে অল্ট’ গাড়ীখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি