২০১৯ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া ?

২০১৯ৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া ?
  • ২১ জানুৱাৰীত ২০১৯ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।
  • এই চন্দ্ৰগ্ৰহণ পৰিলক্ষিত নহয় ভাৰতত।
  • ভাৰতীয় সময় অনুসৰি পুৱা ৮:০৬ বজাৰ পৰা আৰম্ভ হৈ ১:১৮ বজাত সমাপ্ত হ'ব চন্দ্ৰগ্ৰহণ।
  • যোৱা ৬ জানুৱাৰীত হৈছিল ২০১৯ বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in